অসম

প্ৰখ্যাত অভিনেতা মিথুন দা অসুস্থ, চিকিৎসালয়ত ভৰ্তি…

প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ পাছত এইবাৰ অসুস্থ মিথুন চক্ৰৱৰ্তী।

সোমবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মিথুন চক্ৰৱৰ্তীক।

পিতৃৰ হাস্পতালৰ এখন ফটো শ্বেয়াৰ এই কথা সদৰি কৰিছে পুত্ৰ মিমোহ চক্ৰৱৰ্তীয়ে।

লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ফটো।

লগতে সকলোৱে শীঘ্ৰেই মিথুন দা সুস্থ হোৱাৰ কামনা কৰিছে।

পুত্ৰই সদৰি কৰা অনুসৰি অভিনেতাগৰাকী কিডনী ষ্টোনৰ সমস্যাত ভুগিছিল। যাৰ বাবেই বাংগালুৰুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

অৱশ্যে চিন্তাৰ কোনা কাৰণ নাই বুলি সদৰি কৰি মিথুন দা সম্পূৰ্ণ সুস্থ হৈ আছে বুলি পুত্ৰই জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *