ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৩ মে’, মঙলবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ঘৰলৈ এজন অতিথিৰ আগমন ঘটিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। বস্ত্ৰ আদিৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আপুনি পত্নীৰ সমৰ্থন পাব লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। পৰিয়ালটোত ধৰ্মীয় কাৰ্যকলাপ থাকিব পাৰে। অত্যাধিক ব্যয়ে আপোনাক চিন্তিত কৰিব পাৰে। আজি আপুনি আত্মীয় জনক আঘাত দিয়া কাম নকৰিব। বন্ধুবৰ্গৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

মিথুন ৰাশি- শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। আপুনি এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ প্ৰতি সদ্ভাৱ বৃদ্ধি পাব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যবসায়ত বন্ধুবৰ্গৰ সহায়ে আপোনাক আজি লাভাম্বিত কৰিব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত ব্যস্ত থাকিব পাৰে। আজি আপুনি ধনৰ লেনদেনৰ পৰা বিৰত থাকক। আপুনি বন্ধুবৰ্গৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মাতৃৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। মাতৃৰ স্বাস্থ্য উন্নত হ’ব। শৈক্ষিক বা বৌদ্ধিক কামৰ লগত জড়িত হৈ থকা সকলে সুনাম অর্জন কৰিবলৈ সক্ষম হ’ব। অত্যাধিক খং পৰিহাৰ কৰক। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰ আজি সমাধান হ’ব। দাম্পত্য জীৱন সুখৰ হ’ব।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব। কামৰ ক্ষেত্ৰত পৰিৱৰ্তন হ’ব পাৰে। অত্যাধিক খং পৰিহাৰ কৰিব। পৰিয়ালৰ সমস্যাও বৃদ্ধি হ’ব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। শিক্ষার্থীসকলে যত্ন কৰিলে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপুনি এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব। পৰিয়ালৰ প্ৰতি সদ্ভাৱ বৃদ্ধি পাব। ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে। আপুনি এজন বন্ধুৰ সহায়ত চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। সন্তানৰ স্বাস্থ্যৰ যতন লওক। অত্যাধিক ব্যয়ে আপোনাক চিন্তিত কৰিব পাৰে। দীৰ্ঘদিনীয়া আইনী প্রক্রিয়া আজি সমাধান হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

বৃশ্চিক ৰাশি- আজি আপোনাৰ মনত হতাশা আৰু অসন্তুষ্টি থাকিব। মনটো শৈক্ষিক কামত নিয়োজিত থাকিব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। অতিৰিক্ত ব্যয়ে আপোনাক চিন্তিত কৰিব পাৰে। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। বন্ধুৰ সহায়ে আপোনাক ব্যবসায়ত লাভাম্বিত কৰিব। ধনৰ পৰিস্থিতি উন্নত হ’ব। মানসিক শান্তি থাকিব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। শিক্ষার্থীসকলে অধিক যত্ন কৰা উচিত। পত্নীৰ পৰামৰ্শত গুৰুত্ব দিয়ক। ভৰিৰ বিষ থকা সকলে এই বিষৰ পৰা পৰিত্ৰাণ পাব।

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। মানসিক শান্তি থাকিব। ধৈৰ্য্য ধৰিবলৈ চেষ্টা কৰক। সংগীতৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব পাৰে। শিশুসকলৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। বাৰ্তালাপত শান্ত হওক। বাহিৰত খাদ্য খোৱা পৰিহাৰ কৰক। মনত আশা আৰু হতাশা থাকিব। আপুনি মাতৃৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ’ব। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। ব্যবসায়ত উন্নত যোগ আছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। আপুনি ভাতৃ-ভগ্নীৰ সহায়-সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। মনত শান্তি আৰু সুখৰ অনুভূতি থাকিব। মাতৃৰ পৰামৰ্শই আজি আপোনাক লাোম্বিত কৰিব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

মীন ৰাশি- আজি আপুনি এখন ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। শৈক্ষিক কামৰ লগত সকলে সম্পূৰ্ণ মনোযোগ দিয়া উচিত। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। মাতৃৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব। অত্যাধিক খং পৰিহাৰ কৰক। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। এজন পুৰণি বন্ধুক লগ কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *