ৰাষ্ট্ৰীয়

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

সোমবাৰ অৰ্থাত আজিও বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য।

আজি পেট্ৰ’ল প্ৰতিলিটাৰ ৩০ পইছা আৰু ডিজেল প্ৰতিলিটাৰ ৩৫ পইছাকৈ বৃদ্ধি পাইছে।

চলিত মাহত প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য।

অক্টোবৰ মাহৰ আৰাম্ভণিতে ১০ দিনত পেট্ৰ’লৰ দাম ২.৮০ টকা আৰু ডিজেলৰ ৩.৩০টকাকৈ বৃদ্ধি পাইছে।

দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত ১০৪.৪৪ টকা আৰু ডিজেলত ৯৩.১৮ টকা।

আনহাতে মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লত ১১০.৪১ টকা আৰু ডিজেলত ১০১.০৩ টকা।

উল্লেখ্য যে, অসমতো ১০০ ৰ অধিক হৈছে পেট্ৰ’লৰ মূল্য।

Leave a Reply

Your email address will not be published. Required fields are marked *