অসম

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত ধৰ্ষণৰ অভিযুক্ত…

অপৰাধীৰ বিৰুদ্ধে পুনৰ চলিল অসম আৰক্ষীৰ বন্দুক।

কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত ধৰ্ষণত অভিযুক্ত।

আৰক্ষীৰ গুলীত আহত আফৰুদ্দিন ইছলাম।

নিশা ম’বাইল ফোন উদ্ধাৰৰ বাবে গৈছিল আৰক্ষীৰ দল।

তেনে সময়তে আৰক্ষীৰ ছাৰ্ভিচ পিষ্টল কাঢ়ি চলাইছিল পলায়নৰ চেষ্টা।

আৰক্ষীৰ গুলীয়ে আঘাত কৰিছে আফৰুদ্দিনৰ ভৰিত।

চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত আফৰুদ্দিনক।

শালাকাটি ICৰ পিষ্টল কাঢ়ি লৈছিল আফৰুদ্দিনে।

ধলামৰা ৰাণীপুৰ চাহ বাগিচাৰ সমীপতে সংঘটিত হৈছে এই ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *