অসম

গুৱাহাটীত আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল…

গুৱাহাটীত আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল।

যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫ টাকৈ ডকাইতক।

ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ পৰিকল্পনা কৰিছিল দলটোৱে।

মাজনিশা এখন অট’ৰ পৰা গ্ৰেপ্তাৰ কৰে ৫ ডকাইতক।

ডকাইতকেইটাৰ পৰা চোকা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।

মণি কলিতা, লেবিয়ান বড়ো, হৰিচন্দ্ৰ দেৱবাৰ্মাক গ্ৰেপ্তাৰ।

লগতে নাছিৰ আলী, বিকি চেত্ৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *