অসম

পুনৰ আৰম্ভ হ’ল মাজুলী-নিমাতী ফেৰী সেৱা…

পুনৰ আৰম্ভ হ’ল মাজুলী-নিমাতী ফেৰী সেৱা।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ক’ভিড প্ৰ’টকল মানি কেৱল দুচুকীয়া বাহনৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে।

ফেৰীসেৱা মুকলিৰ পাছতেই বৃহস্পতিবাৰে পুৱাই ফেৰীঘাটত দেখিবলৈ পোৱা গ’ল যাত্ৰীৰ ভিৰ। 

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বিগত ৫ দিন ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা।

মাজুলী কমলাবাৰী, অফলামুখ ঘাটৰ ফেৰী সমূহ মুকলি কৰি দিয়াত কিছু সকাহ লাভ কৰিছে মাজুলীবাসীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *