অসম

কংগ্ৰেছ এৰি বিজেপিলৈ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, ২৮ এপ্ৰিলত কৰিব যোগদান…

কংগ্ৰছ দলত পুনৰ মোক্ষম আঘাত।

এইবাৰ কংগ্ৰেছ এৰি বিজেপিলৈ ৰাওনা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ।

খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়ক বিস্মিতা গগৈ।

প্ৰায়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষৰটো কাৰ্যকালত মন্ত্ৰীত্বৰ দায়িত্বও লাভ কৰিছিল বিস্মিতা গগৈয়ে।

২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিজেপিত চামিল হ’ব গগৈয়ে।

লগতে আন কেইবাজনো কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *