অসম

পুনৰ অসুস্থ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, চিকিৎসালয়ত ভৰ্তি…

পুনৰ অসুস্থ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ।

নিশাই জুবিনক ভৰ্তি কৰোৱা হৈছে আয়ুৰচুন্দ্ৰা হাস্পতালত।

উচ্চৰক্তচাপ জনিত সমস্যাত আক্রান্ত জনপ্ৰিয় শিল্পীগৰাকী।

বৃহস্পতিবাৰে নিশা ১০.৪৫ বজাত জুবিনক ভৰ্তি কৰোৱা হয় হাস্পতালত।

অৱশ্যে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ।

চিকিৎসকে জিৰণিৰ পৰামৰ্শ দিছে জুবিনক।

জুবিন গাৰ্গৰ লগত আছে পত্নী গৰিমা শইকীয়া গাৰ্গ, আন পৰিয়ালৰ লোক আৰু কেইবাজনো বন্ধু আৰু অনুৰাগী।

Leave a Reply

Your email address will not be published. Required fields are marked *