আন্তঃৰাষ্ট্ৰীয়অসমীয়া

পুত্ৰহাৰা হ’ল মাইক্ৰ’ছফ্টৰ চিইঅ’ সত্য নাডেলা…

নিউজ ডেস্ক। পুত্ৰহাৰা হ’ল বিশ্বৰ অন্যতম শীৰ্ষ প্ৰতিষ্ঠান মাইক্ৰছফ্ট কৰ্পোৰেশ্যনে মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলা।

সত্য নাডেলা আৰু পত্নী অনু নাডেলাৰ ২৬ বছৰীয়া পুত্ৰ জেন নাডেলাৰ মৃত্যু।

FMvimoIaAAAtWFA

জানিব পৰা মতে, তেওঁ পুত্ৰ জন্মগতভাৱে জটিল চেৰিব্ৰেল পালচি ৰােগত আক্ৰান্ত আছিল।

১৯৯৬ ইং চনৰ ১৩ আগষ্টত জন্মলাভ কৰা জেন নাডেলাই দীঘলীয়া চিকিৎসাৰ অন্তত সোমবাৰে মৃত্যু বৰণ কৰে।

এই কথা নিজৰ কােম্পানীৰ কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা ই-মেল বাৰ্তাত প্ৰকাশ কৰে সত্য নাডেলাই।

লগতে চাওকঃ

বিয়ালৈ মাজত এটা মাহ থকাৰ অৱস্থাত দুৰ্ঘটনাত বাগদত্তাসহ যুৱকৰ মৃত্যু

G1 2

Leave a Reply

Your email address will not be published. Required fields are marked *