অসম

পিষ্টল, মেগজিনসহ আদিবাসী নেশ্যনেল লিবাৰেছন আৰ্মীৰ দুই কেডাৰৰ আত্মসমৰ্পণ…

পিষ্টল, মেগজিনসহ আদিবাসী নেশ্যনেল লিবাৰেছন আৰ্মীৰ দুই কেডাৰৰ আত্মসমৰ্পণ।

ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ আদিবাসী নেশ্যনেল লিবাৰেছন আৰ্মীৰ দুই কেডাৰৰ।

image 26

ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিশা আৰক্ষী অধীক্ষক চৈত্যন্দ্ৰ মিশ্ৰ আৰু ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত আত্মসমৰ্পণ কৰে দুই বিদ্ৰোহী সংগঠনৰ নেতাই।

photo 2022 05 15 13 00 40

আত্মসমৰ্পণকাৰী ‘আনলা’ৰ সদস্য দুজন কাৰ্বি আংলঙৰ সুবল গড় আৰু লুকাছ কাংগ্ৰী।

আত্মসমৰ্পণৰ সময়ত মেগজিনৰ সৈতে এটা ৯এমএম পিষ্টল, তিনি জাঁই সক্ৰীয় গুলী, মেগজিনৰ সৈতে এটা ১.২২ পিষ্টল, দহ জাঁই সজীৱ গুলী জমা দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *