অসমীয়াঅসম

নৱবৰ্ষৰ পহিলা দিনত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা! এতিয়াৰে পৰা ঘৰতে বহি কৰিব পাৰিব মাটিৰ নামজাৰি…

নিউজ ডেস্কঃ নৱবৰ্ষৰ পহিলা দিনটোতে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

এতিয়াৰে পৰা ঘৰতেই বহি কৰিব পাৰিব মাটিৰ নামজাৰি।

মাটিৰ নামজাৰি কৰিবলৈ যোৱাৰ প্ৰয়োজন নাই অফিছ-কাছাৰীলৈ।

অনলাইনত কৰিব পাৰিব আবেদন।

নথি-পত্ৰ জমা দিলেই হৈ যাব সকলো কাম।

আবেদন কৰাৰ ৭ দিনৰ পিছতে হৈ যাব নামজাৰিৰ কাম।