নিশা মুখ্যমন্ত্ৰীৰ বাসগৃহত বিপিএফ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক…

শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰীৰ বাসগৃহত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিপিএফৰ নেতৃত্ব।

ইতিমধ্যে বিজেপিৰ ৰাজ্যসভাৰ প্ৰথমখন আসনৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় হাগ্ৰামা বাহিনী।  

দীৰ্ঘসময় ধৰি চলা এই বৈঠকত উপস্থিত থাকে হাগ্ৰামা মহিলাৰী।

16476596349phipc5w

লগতে উপস্থিত থাকে বিপিএফৰ ৩বিধায়কৰ লগতে ১০গৰাকী এমচিএলএ।

বিপিএফৰ আখতাৰা বেগমেও এই বৈঠকত লৈছিল বিশেষ ভূমিকা। 

Leave a Comment