অসম

নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আলফা স্বাধীনে…

বুধবাৰে আবেলি নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আলফা স্বাধীনে।

উক্ত দুৰ্ঘটনাটোত আহত সকলৰ দ্ৰুত আৰোগ্য কামনা কৰে সংগঠনটোৱে।

আনহাতে দুৰ্ঘটনাটোত অনাকাংক্ষিত মৃত্যুক আঁকোৱালি লোৱা প্ৰতিগৰাকী মৃতকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে আলফা স্বাধীনে।

nimatighat ulfa

লগতে এই দুখৰ সমভাগী হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে সংগঠনটোৱে।

এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে আলফা স্বাধীনে।

Leave a Reply

Your email address will not be published. Required fields are marked *