অসম

নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা অপৰাধী কালু মুণ্ডাক যাৱজ্জীৱন কাৰাদণ্ড…

নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা অপৰাধী কালু মুণ্ডাক যাৱজ্জীৱন কাৰাদণ্ড।

গোৱালপাৰাৰ এখন আদালতে আজি ঐতিহাসিক ৰায় প্ৰদান কৰে।

অপৰাধী শ্ৰীনুছ ওৰাং ওৰফে কালু মুণ্ডাক যাৱজীৱন কাৰাদণ্ডৰ ৰায়দান দিলে ন্যায়াধীশ এছ ধৰৰ বিশেষ পকছো আদালতে।

জীৱিত অৱস্থাত জে’লৰ পৰা ওলাব নোৱাৰিব অপৰাধী কালুয়ে।

নাবালিকাক ধৰ্ষণ আৰু হত্যা সংক্ৰান্তীয় গোচৰৰ এই ৰায় দান প্ৰায় চাৰি বছৰৰ মূৰত প্ৰদান কৰে আদালতে।

২০১৮ চনত এগৰাকী ৬ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি গামোচাৰে গলত মেৰিয়াই হত্যা কৰিছিল কালুয়ে।

ৰংজুলি থানাৰ অন্তৰ্গত শিমলীতোলা চাহ বাগানত সংঘটিত হৈছিল এই জঘন্য ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *