ৰাষ্ট্ৰীয়

দেশৰ নতুন চীফ অফ ডিফেন্স ষ্টাফ ৰূপে অৱসৰ প্ৰাপ্ত লেফ্টেনেন্ট জেনেৰেল অনিল চৌহানক নিযুক্তি

দেশৰ নতুন চীফ অফ ডিফেন্স ষ্টাফ (CDS) নিযুক্তি।

অৱসৰ প্ৰাপ্ত লেফ্টেনেন্ট জেনেৰেল অনিল চৌহানক দেশৰ নতুন চীফ অফ ডিফেন্স ষ্টাফ ৰূপে নিযুক্তি।

image 217

ভাৰত চৰকাৰে CDSৰূপে নিযুক্তি দিলে অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীক।

৪০ বছৰ ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল অনিল চৌহানে।

image 216

উত্তৰ-পূব ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত জড়িত আছিল ।

জম্মু-কাশ্মীৰতো সন্ত্ৰাসবাদবিৰোধী অভিযানত চৌহান লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা।

উল্লেখ্য যে, বিপিন ৰাৱটৰ মৃত্যুৰ পাছত প্ৰায় এবছৰে খালী হৈ আছিল পদটো।