ৰাষ্ট্ৰীয়

দুৰ্ঘটনাত পতিত ‘কাচ্চা বাদাম’ খ্যাত ভুৱন বাদ্যকাৰ…

দুৰ্ঘটনাত পতিত ‘কাচ্চা বাদাম’ খ্যাত ভুৱন বাদ্যকাৰ।

কাচ্চা বাদাম গীতেৰে সমগ্ৰ বিশ্বত জনপ্ৰিয় হৈ পৰা ভুৱন বাদ্যকাৰ সোমবাৰে এক দুৰ্ঘটনাত পতিত হয়।

Kacha Badam Singer Bhuban Badyakar Hurt in Car Accident

নিশা পশ্চিম বংগৰ বীৰভূমৰ চুপাৰ স্পেচিয়েলিটি হস্পাতালত ভৰ্তি কৰা হয় ভুৱনক।

জানিব পৰা মতে, এখন চেকেণ্ড হেণ্ড গাড়ী কিনি চলাবলৈ শিকোতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

kjpYOz7F?format=jpg&name=small

দুৰ্ঘটনাৰ ফলত ভুৱনে মূৰ আৰু ককালত আঘাত পাইছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ভুৱনৰ ঘৰ বীৰভূমৰ কৰালজুৰী গাঁৱত।

ctQ ENX ?format=png&name=small

লগতে চাওকঃ

বেংক চুৰি কৰিবলৈ আহি ব্যৰ্থ চোৰে দেৱালত লিখি থৈ গ’ল এই কথা…

g2

Leave a Reply

Your email address will not be published. Required fields are marked *