অসম

ইতিহাস সৃষ্টি কৰি ভৱানীপুৰ সমষ্টিত জয়লাভ বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ…

ভৱানীপুৰ সমষ্টিত শেষ হাঁহি মাৰিলে বিজেপিৰ ফণীধৰ তালুকদাৰে।

ফণী তালুকদাৰে ২৫,০৩১ টা ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

তেওঁ মুঠ ৬৩, ৩৫৫ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে।

ফণী তালুকদাৰে ২৫ হাজৰৰো অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, যোৱা বিধানসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণী তালুকদাৰ।

সেইবাৰ তেওঁ লাভ কৰিছিল ৫৫, ৯৭৫ টা ভোট।

Leave a Reply

Your email address will not be published. Required fields are marked *