অসম

জৰ্জৰ চুইচাইড নোটত ভয়ংকৰ তথ্য, ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ফাডাৰক আটক…

ডনবস্ক বিশ্ববিদ্যালয়ৰ ফাডাৰ ষ্টিফেন মাৰ্কেক আটক।

জৰ্জ বৰদলৈৰ চুইচাইড নোটত পোৱা গৈছে ফাডাৰ ষ্টিফেন মাৰ্কেৰ নাম।

ষ্টিফেন মাৰ্কেক অভিযুক্ত কৰি জৰ্জ বৰদলৈৰ চুইচাইজ নোট।

ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে আটক কৰিছে ফাডাৰ জনক।

উল্লেখ্য যে, চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল জৰ্জ বৰদলৈৰ মৃতদেহ।

সোণাপুৰৰ বিশিষ্ট ব্যৱসায়ী আছিল জৰ্জ বৰদলৈ।

ভুৱা গোচৰ তৰি হাৰাশাস্তি কৰাৰ অভিযোগ ষ্টিফেন মাৰ্কৰ বিৰুদ্ধে।

মোক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলিও উল্লেখ কৰিছে তেওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *