অসম

বটদ্ৰৱা কাণ্ডৰ পাছতেই নগাঁৱৰ বিশেষ শাখাৰ ডি এছ পি দীপ্তি মালীক বদলি…

নগাঁৱৰ বিশেষ শাখাৰ ডি এছ পিক বদলি।

নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালীক বদলি

বটদ্ৰৱা কাণ্ডৰ পাছতেই নগাঁৱৰ বিশেষ শাখাৰ ডি এছ পিক বদলি।

বিশেষ শাখাৰ ডি এছ পি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল দীপ্তি মালি।

বিয়লি এছ পি লীনা দলেয়ে ঘোষণা কৰিছিল এছ বি ব্যৰ্থতাৰ কথা।

থানা আক্ৰমনৰ আগতীয়া তথ্য নাছিল নগাঁৱৰ বিশেষ শাখাৰ হাতত।

দীপ্তি মালিৰক বদলি কৰি নগাঁৱত নিয়ুক্তি দিয়া হৈছে বাবুধৰ দেউৰীক।

ধুবুৰীৰ সীমান্ত শাখাৰ ডি এছ পি হিচাপে মালিক বদলি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *