অসম

জনপ্ৰিয় পৰিচালক ৰঞ্জিত বেজবৰুৱাৰ দেহাৱসান…

জনপ্ৰিয় পৰিচালক ৰঞ্জিত বেজবৰুৱাৰ দেহাৱসান।

গুৱাহাটী দূৰদৰ্শনত কৰ্মৰত আছিল ৰঞ্জিত বেজবৰুৱা।

‘সাহিত্যৰথী’ৰ কাহিনীৰে ‘মলক গুইন গুইন’ৰ পৰিচালক আছিল তেওঁ।

বিশিষ্ট পৰিচালক ব্ৰজেন বৰুৱাৰ জোঁৱাই আছিল বেজবৰুৱা।

অভিনেত্ৰী মনামী বেজবৰুৱাৰ স্বামী ৰঞ্জিত বেজবৰুৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *