অসম

চুবুৰীয়া ৰাজ্যৰ মহিলাক প্ৰহাৰ কৰি নিলম্বন হ’ল উপ-পৰিদৰ্শকসহ মহিলা কনিষ্টবল…

আৰক্ষীৰ খাকী পোছাকত পুনৰ কলা দাগ।

চুবুৰীয়া ৰাজ্যৰ মহিলাক প্ৰহাৰ কৰাৰ অভিযোগত নিলম্বন হ’ল উপ-পৰিদৰ্শকসহ মহিলা কনিষ্টবল।

দুধনৈ থানাৰ উপ-পৰিদৰ্শকসহ মহিলা কনিষ্টবলক নিলম্বন।

272

মেঘালয়ৰ এগৰাকী মহিলাক প্ৰহাৰ কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে দুয়োগৰাকীকে।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত জিলা আৰক্ষী অধীক্ষকে নিলম্বন কৰে দুয়োগৰাকীকে। 

উপ-পৰিদৰ্শক বিষ্ণু বাহাদুৰ নেৱাৰ আৰু কনিষ্টবল মমতা যোশীক নিলম্বন কৰা হৈছে।

দুই আৰক্ষীৰ বিৰুদ্ধে মেঘালয়ৰ ডাইনাডুবিৰ দাখিল কৰিছিল গোচৰ।

লগতে চাওকঃ

এইখন অসমৰে ঘটনা! শ্ৰেণীকোঠাত চিনেমাৰ কায়দাৰে ছাত্ৰীক গোলাপ উপহাৰ দি ‘প্ৰেম নিবেদন’ শিক্ষকৰ, তাৰ পিছত…

photo1657184178