চিকিৎসাৰ বাবে হাতত ধন নাই বিধায়ক অখিল গগৈৰ! ঋণ বিচাৰি আবেদন বিধানসভা সচিবালয়ত…

নিউজ ডেস্কঃ গুৰুতৰভাৱে অসুস্থ অখিল গগৈৰ ধনৰ অভাৱত এতিয়া আধৰুৱা হোৱাৰ সম্ভাৱনা চিকিৎসা।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকে বিধায়কগৰাকীক উন্নত চিকিৎসাৰ বাবে বাংগালুৰুলৈ যোৱাৰ পৰামৰ্শ দিলেও আৰ্থিক সমস্যাৰ বাবে এতিয়াও যোৱা-নোযোৱা ঠিৰাং কৰিব পৰা নাই অখিল গগৈয়ে।

photo1667209885
চিকিৎসাৰ বাবে হাতত ধন নাই বিধায়ক অখিল গগৈৰ! ঋণ বিচাৰি আবেদন বিধানসভা সচিবালয়ত… 4

ইতিমধ্যে জিএমচিএইছৰ পৰা ডিচছাৰ্জ দিয়া হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীক।

photo1667209885 1
চিকিৎসাৰ বাবে হাতত ধন নাই বিধায়ক অখিল গগৈৰ! ঋণ বিচাৰি আবেদন বিধানসভা সচিবালয়ত… 5

অন্যহাতে আৰ্থিক সমস্যাৰ বাবে বিধায়কগৰাকীয়ে এতিয়া ঋণ বিচাৰি বিধানসভা সচিবালয়ত আবেদন জনাইছে।

উল্লেখ্য যে, তীব্ৰ বুকুৰ বিষত আক্ৰান্ত হৈ জিএমচিএইছত ভৰ্তি হৈছিল অখিল গগৈ।

photo1667209885 2
চিকিৎসাৰ বাবে হাতত ধন নাই বিধায়ক অখিল গগৈৰ! ঋণ বিচাৰি আবেদন বিধানসভা সচিবালয়ত… 6

জিএমচিএইছৰ চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে বাংগালুৰুলৈও যোৱাৰ পৰামৰ্শ দিলেও পৰ্যাপ্ত ধন নাই অখিল গগৈৰ হাতত।