অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ২৯ মে’, দেওবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। শিক্ষা যত্ন কৰিলে সুফল লাভ কৰিব। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যবসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব পাৰে। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। আজি আপুনি সামাজিক অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। পত্নীৰ স্বাস্থ্যৰ যতন লওক। ব্যবসায়ত উন্নত।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। বাৰ্তালাপৰ সময়ত সাৱধান হওক। ব্যবসায়ত মনোযোগ দিয়ক নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। পত্নীৰ পৰা সমৰ্থন লাভ। আজি আপুনি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যবসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভম্বিত কৰিব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পিতৃ- মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। সন্তানৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ অভিজ্ঞ জনৰ পৰামৰ্শ লওক। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক। বাহিৰত খাদ্য খোৱা পৰিহাৰ কৰক। পত্নীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। অত্যাধিক খং পৰিহাৰ কৰক। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যবসায়ত উন্নত। পত্নীৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটোত বাধা থাকিব। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *