অসম

চলিত মাহতে আৰম্ভ হ’ব দশম-একাদশ শ্ৰেণীৰ পাঠদানঃ শিক্ষামন্ত্ৰী…

দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ।

চলিত মাহৰ পৰাই আৰম্ভ হ’ব দশম একাদশ শ্ৰেণীৰ পাঠদান।

এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

অৱশ্যে বন্ধ থাকিব হেষ্টেল সমূহ।

এই সন্দৰ্ভত পৰৱৰ্তী কেবিনেট বৈঠকত লোৱা হ’ব সিদ্ধান্ত।

উল্লেখ্য যে, ক’ভিডৰ বাবে বহুদিন ধৰি বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *