অসম

ঘোচ লৈ নহয়, এইবাৰ ঘোচ দি গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ এ এছ আই…

ঘোচ লৈ নহয়, এইবাৰ ঘোচ দি গ্ৰেপ্তাৰ হ’ল আৰক্ষী।

নগাঁও আৰক্ষীৰ এ এছ আই আব্দুল মতলিবক গ্ৰেপ্তাৰ।

উৎকোচ দি গ্ৰেপ্তাৰ হ’ল এ এছ আই আব্দুল মতলিব।

নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ঘটিছে এই ঘটনা৷

975

ভাল ঠাইত নিযুক্তি বিচাৰি মতলিবে আগবঢ়াইছিল উপঢৌকন৷

নগাঁও সদৰ ডি এছ পি ত্ৰিদিপ কুম্বাঙক আগবঢ়াইছিল ধনৰ টোপোলা।

এ এছ আই আব্দুল মুতালিবে দহ হাজাৰ টকা উপঢৌকন আগবঢ়োৱাৰ পিছতে ডি এছ পি কুম্বাঙে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰিজাৰ্ভ ক্ল’জ হৈ আছিল আব্দুল মতলিব।

লগতে চাওকঃ

উৎকোচ কাণ্ড! ঘােচ লৈ হাতে-লোটে ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস, ঘৰতাে চলিল অভিযান

G5

Leave a Reply

Your email address will not be published. Required fields are marked *