অসমঅসমীয়া

ঘাইপথত দাঁতিত দ খাৱৈত পৰি বিধ্বস্ত স্ক’ৰ্পিঅ’ বাহন

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত দাঁতিত দ খাৱৈত পৰিল এখন বাহন।

দুৰ্ঘটনাটােত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে বাহনখন। গুৰুতৰভাৱে আহত হয় বাহনখনৰ চালক।

4-14

এই ঘটনাৰ স্থান ধেমাজি জিলাৰ জোনাই জোনকাৰেং নামনি বিজপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা পাচিঘাটলৈ গৈ থকা এআৰ ০১বি ৯১৮৭ নম্বৰৰ স্ক’ৰপিঅ’ গাড়ীখননে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত বাগৰি পৰে।

গাড়ীখনৰ চালকজন গুৰুতৰবাৱে আঘাতপ্ৰাপ্ত হোৱাত স্থানীয় লোকে উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

লগতে চাওকঃ

জুৱাৰীৰ পৰা ধন লৈ নিলম্বিত হ’ল আৰক্ষী বিষয়া বিনোদ কুমাৰ দাস…

Leave a Reply

Your email address will not be published. Required fields are marked *