অসম

গ্ৰেপ্তাৰ হ’ব নেকি শৃংখল চলিহা? বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু…

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু।

নগাঁও সদৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ তৰিছে অসম মিঞা পৰিষদে।

মিঞা পৰিষদৰ নগাঁও জিলা সমিতিয়ে শণিবাৰে শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

বটদ্ৰবা কাণ্ডক লৈ শৃংখল চলিহাৰ বিৰুদ্ধে অভিযোগ।

চলিহাই সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচৰা বুলি অভিযোগ আনিছে মিঞা পৰিষদে।

ৰাজহুৱা ভাবে ক্ষমা বিচাৰিবলৈকো দাবী মিঞা পৰিষদৰ।

এজাহাৰ খনত চলিহাৰ লগতে সংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ বিৰুদ্ধেও তৰিছে গোচৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *