অসম

গুৱাহাটীত মুুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ অভিযান…

গুৱাহাটীত মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ অভিযান।

বামুনীমৈদামস্থিত DS গ্ৰুপৰ কাৰ্যালয়ত এই অভিযান।

দুপৰীয়া ১২ বজাৰ পৰা অভিযান অব্যাহত ৰাখিছে ক্ৰাইম ব্ৰান্সে।

মুম্বাইৰ পৰা অহা বৃহৎ দলটোৱে বৰ্তমানেও অব্যাহত ৰাখিছে অভিযান।

জানিব পৰা মতে, কাৰ্যালয়ৰ পৰা ওলাব দিয়া হোৱা নাই কোনো কৰ্মচাৰীক।

দীঘলীয়া অভিযানৰ অন্তত তলা ওলমালে আৰক্ষীয়ে।

সংবাদ মাধ্যমৰ লোকক ভিতৰত প্ৰৱেশত বাধা।

Leave a Reply

Your email address will not be published. Required fields are marked *