গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ৭ আগষ্ট দিনটো পালন কৰা হ’ব জেভলিন থ্ৰ’ দিৱস হিচাপে…

এতিয়াৰে পৰা ৭ আগষ্ট দিনটো পালন কৰা হ’ব জেভলিন থ্ৰ’ দিৱস হিচাপে।

ভাৰতীয় এথলেটিকছ ফেডাৰেচনে গ্ৰহণ কৰিছ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

অলিম্পিকত স্বৰ্ণ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰাৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত ফেডাৰেচনৰ।

৭ আগষ্টত নীৰজে ইতিহাস সৃষ্টি কৰি টকিঅ’ অলিম্পিকত লাভ কৰিছিল স্বৰ্ণ পদক।

ফেডাৰচনৰ এই সিদ্ধান্তক আদৰণি জনাইছে এথলিটসকলে।

Leave a Comment