ক্ৰিকেটাৰ ঋভষ পণ্টৰ বাহন দুৰ্ঘটনাগ্ৰস্ত! গুৰুতৰভাৱে আহত ক্ৰিকেটাৰগৰাকী, জ্বলি ভস্মীভূত বাহনখন…

দুৰ্ঘটনাত পতিত ক্ৰিকেটাৰ ঋভষ পণ্টৰ বাহন।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ভাৰতীয় দলৰ আগশাৰীৰ ক্ৰিকেটাৰগৰাকী।

ক্ৰিকেটাৰ গৰাকীয়ে উঠি অহা বাহনখন ডিভাইডাৰত খুন্দা মৰাৰ পিছতে জ্বলি ভস্মীভূত হয়।

চিকিৎসালয়ত ভৰ্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ঋষভ পণ্টক।

image 183
ক্ৰিকেটাৰ ঋভষ পণ্টৰ বাহন দুৰ্ঘটনাগ্ৰস্ত! গুৰুতৰভাৱে আহত ক্ৰিকেটাৰগৰাকী, জ্বলি ভস্মীভূত বাহনখন... 3

ৰুৰকীত দুৰ্ঘটনাগ্ৰস্ত হয় ঋষভ পণ্টৰ বাহনখন। দিল্লীৰ পৰা উত্তৰাখণ্ড অভিমুখী আছিল ঋষভ পণ্ট।

ডিভাইডাৰত খুন্দা মৰাৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

image 182
ক্ৰিকেটাৰ ঋভষ পণ্টৰ বাহন দুৰ্ঘটনাগ্ৰস্ত! গুৰুতৰভাৱে আহত ক্ৰিকেটাৰগৰাকী, জ্বলি ভস্মীভূত বাহনখন... 4

দুৰ্ঘটনাৰ পাছতে জ্বলি উঠে ঋষভ পণ্ট উঠি অহা বাহনখন।

ভৰি আৰু মূৰত গুৰুতৰভাৱে আঘাত পাইছে ক্ৰিকেটাৰগৰাকীয়ে।

জানিব পৰা মতে, উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে ক্ৰিকেটাৰ ঋণভ পণ্টক।

প্লাষ্টিক ছাৰ্জাৰী কৰা হ’ব ক্ৰিকেটাৰগৰাকীক।