ৰাষ্ট্ৰীয়অসমীয়া

কোৰোনাত আক্ৰান্ত দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

কোভিডত আক্ৰান্ত হৈছে দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু।

তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা এটা টুইট কৰি উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে কোৰোনাত আক্ৰান্ত হোৱাৰ বিষয়ে জানিবলৈ দিয়ে।

তেওঁ জানিবলৈ দিয়া মতে, দেওবাৰে তেওঁৰ কোভিড পৰীক্ষা কৰা হৈছিল আৰু ৰিজাল্ট পজিটিভ আছে।

বৰ্তমান হায়ৰবাদত থকা ভেংকায়া নাইডুয়ে এসপ্তাহৰ বাবে হোম আইশ্যলেছনত থাকিব বুলি জানিবলৈ দিয়ে।

আনহাতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকো কোভিড টেষ্ট কৰিবলৈ আহ্বান জনায় উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে।

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

Leave a Reply

Your email address will not be published. Required fields are marked *