অসম

কাৰাগাৰৰ আলহী হ’ল ৰাজকন্যা বৰুৱা…

ভি আই পি আতিথ্য নহয়, কাৰাগাৰৰ আলহী হল ৰাজকন্যা বৰুৱা।

ৰাজকন্যা বৰুৱাক ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছে।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হল ৰাজকন্যা বৰুৱা।

কাৰাগাৰত অন্য অপৰাধীৰ দৰেই থাকিব লাগিব ৰাজকন্যা।

১৪ দিনৰ বাবে কাৰাগাৰত থাকিব লাগিব বিতৰ্কিত মডেল গৰাকী।

চি জে এম আদালতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰালৈ প্ৰেৰণ কৰা ৰাজকন্যাক সাধাৰণ কয়দীৰ কাৰাগাৰত ৰখাৰ নিৰ্দেশ প্ৰদান কৰে।

ৰাজকন্যাক কাৰাগাৰত ভিআইপি আতিথ্য নিদিবলৈ নিৰ্দেশ আদালতৰ।

উল্লেখ্য যে আৰক্ষীয়ে ৰাজকন্যাক পুনৰ জিম্মাত নিবিচৰাৰ বাবেই আদালতে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে।

৬ অক্টোবৰত দিছপুৰ আৰক্ষীয়ে মডেলগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *