অসমীয়াঅসম

কন্টেইনাৰ ট্ৰাকত গােপন কক্ষ সাজি সৰবৰাহ গাঞ্জা, জব্দ কৰিলে আৰক্ষীয়ে

মাদক দ্ৰব্যৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা।

গোঁসাইগাঁৱত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

photo1663845783

কণ্টেইনাৰ ট্ৰাকত গোপন কক্ষ সাজি অতি কৌশলেৰে সৰবৰাহৰ সময়তে গোঁসাইগাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কণ্টেইনাৰ ট্ৰাকখনৰ পৰা মুঠ ২৭০টা পেকেটত ভৰাই অনা ১৪৮৩ কেজি গাঞ্জা জব্দ কৰা হৈছে।

photo1663845773

গাঞ্জা সৰবৰাহৰে জড়িত থকাৰ অভিযোগত এজন লোককো আটক কৰিছে আৰক্ষীয়ে।

অধিক তথ্যৰ বাবে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।