অসম

কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ অসম জাতীয় পৰিষদৰ…

সমাগত ৰাজ্যৰ উপ নিৰ্বাচন।

উপ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে একগোট হোৱাৰ মন মেলিছে বিৰোধী দল।

কংগ্ৰেছৰ সৈতে অসম জাতীয় পৰিষদৰ দ্বিতীয়লানি আলোচনা সম্পন্ন।

বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা AJP দলৰ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সাক্ষাত্‍ কৰে AJPৰ প্ৰতিনিধি দলে।

ভূপেন বৰাক সাক্ষাত্‍ কৰিলে AJPৰ ২ উপ সভাপতিয়ে। 

ভূপেন বৰাক সাক্ষাত্‍ কৰে ছমছেৰ সিং, কমল নয়ন চৌধুৰীৰ

কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ দিলে অসম জাতীয় পৰিষদে।

ইপিনে মিত্ৰতাৰ প্ৰস্তাৱ দলৰ মজিয়াত আলোচনা কৰা হ’ব মন্তব্য কৰে ভূপেন বৰাই।

আনহাতে জাতীয় পৰিষদৰ নেতৃত্বই কয়- যিহেতু আমি মহাজোঁটবন্ধনৰ অংশীদাৰ নহয় সেয়ে আমাৰ কোনো পূৰ্ব চৰ্ত নাই। কেৱল বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত মিত্ৰতাৰ প্ৰস্তাৱ দিছো।

Leave a Reply

Your email address will not be published. Required fields are marked *