অসম

কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা ছিদ্দিক আহমেদক নিলম্বন…

APCC সভাপতি ভূপেন বৰাৰ সংবাদমেল।

দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন।

ৰাজ্যসভাৰ নিৰ্বাচনত ভোট নষ্ট কৰাৰ অভিযোগ ছিদ্দিক আহমেদৰ বিৰুদ্ধে।

9 8

ছিদ্দিক আহমেদক হুইপ অমান্য কৰাৰ অপৰাধত বৰ্খাস্ত কৰা হৈছে।

বেলটত ১ৰ পৰিৱৰ্তে ONE লিখা বুলি দাবী।

ইচ্ছাকৃতভাৱে বিধায়কজনে ভুল কৰাৰ অভিযোগ।

Image

আনহাতে নিলম্বিত কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসৰ ভোট বাতিল কৰাৰ বাবে আহ্বান কংগ্ৰেছৰ।

ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ পক্ষত ভোট দিছিল শশীকান্ত শশীকান্ত দাসে।

লগতে চাওকঃ

নিজে গুলীবিদ্ধ হৈও উগ্ৰপন্থীৰ এম্বুশ্বত গুলীবিদ্ধ এছপিৰ প্ৰাণৰক্ষা কৰা আৰক্ষী বিষয়াৰ বিয়ােগ…

G2 39

Leave a Reply

Your email address will not be published. Required fields are marked *