অসম

কংগ্ৰেছত আন এক মোক্ষম আঘাত, কংগ্ৰেছ এৰিলে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে…

কংগ্ৰেছ দলত পুনৰ আন এক মোক্ষম আঘাত।

এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে।

No photo description available.

বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আছিল আব্দুৰ ৰহিম খান।

কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়কজনৰ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰিছিল প্ৰাক্তন সভাপতি ৰিপুন বৰাই।

ৰিপুন বৰাৰ তৃণমূল যাত্ৰাৰ সময়তে এনেদৰে এগৰাকী জ্যেষ্ঠ নেতাৰ দল ত্যাগে বিশেষ চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *