অসম

কংগ্ৰেছত আন এক আঘাত! কংগ্ৰেছ ত্যাগ কৰিলে অসীমা বৰদলৈয়ে, বিজেপিত যোগদানৰ সম্ভাৱনা…

কংগ্ৰেছ দলত আন এক আঘাত।

কংগ্ৰেছ ত্যাগ কৰিলে অসীমা বৰদলৈয়ে।

অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক পদত আছিল অসীমা বৰদলৈ।

প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰবীন বৰদলৈৰ কন্যা অসীমা বৰদলৈ।

লোকপ্ৰিয় গোপিনাথ বৰদলৈৰ নাতিনী অসীমা বৰদলৈ।

ইতিমধ্যে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে পিতৃ ৰবীন বৰদলৈয়ে।

পিতৃৰ পিছত এইবাৰ বিজেপিত যোগদানৰ প্ৰস্তুতি অসীমা বৰদলৈৰ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰিছিল জ্যেষ্ঠ কংগ্ৰেছী নেতা মনোজ ধানোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *