অসম

এতিয়াৰে পৰা মহানগৰ আৰক্ষীৰ খাকী পোছাকৰ বেজত থাকিব অসমীয়া ভাষা

মহানগৰ আৰক্ষীৰ পোচাকত এতিয়াৰে পৰা থাকিব অসমীয়া ভাষাৰ নামৰ বেজ।

এতিয়াৰে পৰা মহানগৰ আৰক্ষীৰ খাকী পোছাকৰ বেজত থাকিব অসমীয়া ভাষাৰ নেমপ্লেট।

জনসাধাৰণৰ সৈতে সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে। 

গুৱাহাটী আৰক্ষী আয়ুক্ত হাৰমীত সিঙক দেখিবলৈ পোৱা যায় অসমীয়া ভাষাৰ নাম লিখা থকা বেজ পৰিধান কৰা।

অসমীয়া ভাষাত বেজ পৰিধান কৰিবলৈ মহানগৰৰ প্ৰতিজন আৰক্ষীলৈ নিৰ্দেশ আৰক্ষী আয়ুক্তগৰাকীৰ।

জনসাধাৰণক আৰক্ষীৰ অধিক কাষ চপাই অনাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *