এছ বি আই ATMত চুৰিকাণ্ড! লুটি নিলে প্ৰায় ১৩ লক্ষাধিক টকা…

এছ বি আই ATMত চাঞ্চল্যকৰ চুৰিকাণ্ড।

নাৰায়ণপুৰৰ ভোগপুৰত এছ বি আই ATMত চুৰিকাণ্ড।

নাৰায়ণপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ভোগপুৰৰ এছ বি আই ATMত যোৱা নিশা সংঘটিত হয় এক চুৰিকাণ্ড।

ATMৰ দুৱাৰ কাটি চোৰে লুটি নিলে প্ৰায় ১৩ লক্ষাধিক টকা।

বৰ্তমান জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।