অসম

এইবাৰ পহিলা মাঘত অনুষ্ঠিত নহয় ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ ম’হযুঁজ…

এইবাৰ উকা হৈ থাকিব আঁহতগুৰিৰ পথাৰ।

পহিলা মাঘত এইবাৰ অনুষ্ঠিত নহয় ঐতিহাসিক ম’হ যুঁজ।

ক’ভিদ পৰিস্থিতিৰ বাবেই বাতিল কৰা হ’ল ঐতিহ্যমণ্ডি আঁহতগুৰি ম’হযুঁজ।

সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া আঁহতগুৰি ম’হযুঁজ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ আয়োজক সমিতিৰ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ম’হ যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল যদিও পৰম্পৰাৰ ৰক্ষাৰ নামত ন্যায়ালয়ৰ বাধাকো আঁতৰ কৰি বিগত বৰ্ষত কৰণাৰ মাজতেই অনুষ্ঠিত হৈছেল ৰাজ্যৰ ঐতিহাসিক ম’হ যুঁজ।

প্ৰতিদিনে বৃদ্ধি পাই থকা ক”ভিডৰ ভয়াৱহতাৰ বাবেই এই সিদ্ধান্ত ম’হ যুঁজ সমিতিৰ।

সুৰক্ষা জনিত কাৰণৰ বাবেই একপ্ৰকাৰ এই যুঁজ বাতিল কৰিবলৈ বাধ্য হয় আয়োজক কমিটি।

Leave a Reply

Your email address will not be published. Required fields are marked *