এইবাৰ আৰক্ষীৰ জালত মণ্ডল, উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মণ্ডল গুলজাৰ হুচেইন…

এইবাৰ আৰক্ষীৰ জালত মণ্ডল।

মহানগৰীত দূৰ্নীৰ্তি নিবাৰক শাখাৰ অভিযান।

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মণ্ডল গুলজাৰ হুচেইন।

ঢেকীয়াজুলি ঠেলামৰাৰ মণ্ডল গুলজাৰক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ।

মাটিৰ কাম কৰি দিয়াৰ বিনিময়ত এজন লোকৰ পৰা ধন বিচাৰিছিল গুলজাৰে।

মাটিৰ নামজাৰিৰ বাবদ ৪ লাখ টকা বিচাৰিছিল গুলজাৰে।

৫০ হাজাৰ টকা আগধন নিবলৈ আহি গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল মণ্ডল গুলজাৰ।

ভঙাগড়ৰ পৰা গুলজাৰক গ্ৰেপ্তাৰ দূৰ্নীৰ্তি নিবাৰক শাখাৰ।

Leave a Comment