উপল শৰ্মালৈ সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব…

বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰে দীপাংক কুমাৰ নাথে।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে দীপাংক কুমাৰ নাথে।

ব্যক্তিগত কাৰণৰ বাবে পদত্যাগ কৰে আছুৰ সভাপতিগৰাকীয়ে।

ইয়াৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয় উৎপল শৰ্মাক।

উৎপল শৰ্মালৈ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি দায়িত্ব অৰ্পন।

উল্লেখ্য যে, দীপাংক কুমাৰ নাথেই প্ৰাস্তাৱ কৰে উৎপল শৰ্মাৰ নাম।

মৰিগাণৱত হ’বলগা অধিৱেশনলৈকে ভাৰপ্ৰাপ্ত সভপতিৰ দায়িত্বত থাকিব উৎপল শৰ্মা।