আৰক্ষীৰ বৃহৎ সফলতা! কোকৰাঝাৰত উদ্ধাৰ বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ…

অসম আৰক্ষীৰ বৃহৎ সফলতা।

কোকৰাঝাৰত উদ্ধাৰ বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ।

জিলাখনৰ মহামায়া সংৰক্ষিত বনাঞ্চল আৰু গুমা সংৰক্ষিত বনাঞ্চলৰ চাৰি নম্বৰ পাৰ্ট কালবাগানৰ পৰা উদ্ধাৰ হৈছে মাৰণাস্ত্ৰখিনি।

a80c9ce7 a71a 4c64 986d 94cb48546a1f

উদ্ধাৰকৃত মাৰাণাস্ত্ৰখিনি প্ৰাক্তন এনডিএফবিৰ সংগঠনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

বৃহৎ পৰিমাণৰ অস্ত্ৰখিনি উদ্ধাৰৰ পিছতে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰা হয়।

সংবাদমেল সম্বোধন বিশেষ ডিজিপি ড° এল আৰ বিষ্ণই, জিলা আৰক্ষী অধীক্ষক প্ৰতীক থুবে, অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, উপ আৰক্ষী অধীক্ষক পুনম পেগুৰ।

1c544cdd 8731 48e2 ab62 36d713b94664

সংবাদমেলত সদৰি কৰা তথ্য অনুসৰি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুটা ইজৰাইলত নিৰ্মিত ৰাইফল, চাৰিটা মেগজিন, বহুসংখ্যক গ্ৰেণেড, ২২টা প্ৰেছাৰ বোমা, ২২ টা কেপ।

Leave a Comment