অসম

আৰক্ষীৰ জালত মহানগৰৰ ভঙাগড়ত সংঘটিত হোৱা চাঞ্চল্যকৰ বিকাশ ৰয়ৰ হত্যাকাৰী…

নিউজ ডেস্ক। অৱশেষত আৰক্ষীৰ জালত পৰিল মহানগৰৰ ভঙাগড়ত সংঘটিত হোৱা চাঞ্চল্যকৰ বিকাশ ৰয়ৰ হত্যাকাৰী।

ভঙাগড় আৰক্ষীৰ জালত বিশাল ৰয়ৰ হত্যাকাৰী আমিৰ খান।

বিশালৰ হত্যাৰ পিছৰে পৰা পলাতক হৈ আছিল আমিৰ।

492

শনিবাৰে পল্টনবজাৰৰ বিগ বজাৰৰ পিছ ফালে লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইপিনে আমিৰ খানৰ পৰিয়ালৰ লোকে আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰিছে চাঞ্চল্যকৰ অভিযোগ।

ভঙাগড় থানাৰ পূৰ্বতে কৰ্তব্যৰত আৰক্ষী বিষয়া ওমৰ ফাৰুকে সমগ্ৰ ঘটনা গাপ দিবৰ বাবে অন্যতম হত্যাকাৰী ছাইদূলৰ পৰিয়ালৰ পৰা ১৫ লাখ টকা লোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ।

ঘটনাৰ দিনা আমিৰ খানক ভঙাগড় যান বাহন আৰক্ষীয়ে কোনো গোচৰত থানালৈ অনাৰ কথাও কৈছে পৰিয়ালে।

লগতে চাওকঃ

স্বামী- ২ সন্তানক এৰি আলফা (স্বা)ত যোগদান কৰিবলৈ আহি আটক মহিলা

G4 7

Leave a Reply

Your email address will not be published. Required fields are marked *