আৰক্ষীৰ জালত বাংলাদেশী গৰু সৰবৰাহকাৰী, জব্দ বৃহৎ পৰিমাণৰ ভাৰতীয় টকা…

আৰক্ষীৰ জালত বাংলাদেশী গৰু সৰবৰাহকাৰী, জব্দ বৃহৎ পৰিমাণৰ ভাৰতীয় টকা।

আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ জালিয়াতিৰে গৰুৰ চোৰাং বেপাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ নুৰুজ জামান।

ভুৱা নথিৰে ভাৰতীয় চিম উলিয়াই ব্যৱহাৰ কৰিছিল ব্যক্তি জনে।

Tourist Visa ৰে আহি চোৰাং গৰুৰ সৰবৰাহ কৰিছিল নুৰুজ জামানে।

নুৰুজ জামানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ভাৰতীয় টকা।

আৰক্ষীয়ে শনিবাৰে আদালতত হাজিৰ কৰে নুৰুজ জামানক।

বাংলাদেশী সৰবৰাহকাৰীটোৰ বিৰুদ্ধে আৰক্ষীয়ে foreigners ACT1946/14(b)(c) IPC 419/420/468 ধাৰাত ৰুজু কৰিছে গোচৰ।