আৰক্ষীৰ জালত অধিবক্তা! মাটিৰ ভুৱা NOC জমা দিয়াৰ অভিযোগত আটক অধিবক্তা লুতফাৰ ৰহমান

আমিনগাঁৱত আৰক্ষীৰ জালত অধিবক্তা।

মাটিৰ ভুৱা NOC জমা দিয়াৰ অভিযোগত আটক হৈছে এগৰাকী অধিবক্তা।

আমিনগাঁৱৰ ভূমি পঞ্জীয়কৰ কাৰ্যালয়ত জমা দিছিল ভুৱা NOC।

কামৰূপ জিলা প্ৰশাসনৰ গোচৰৰ ভিত্তিত আটক কৰা হৈছে অধিবক্তা লুতফাৰ ৰহমানক।

মাটি ক্ৰয়-বিক্ৰয়ৰ NOC ভুৱাকৈ উলিয়াই ভূমি পঞ্জীয়নৰ চেষ্টা কৰাৰ অভিযোগ অধিবক্তাগৰাকীৰ বিৰুদ্ধে।

ৰঙামাটিৰ ৪২৬নং পট্টাৰ ৪৯৬ নং দাগৰ ভূমি ক্ৰয়-বিক্ৰয়ত সংঘটিত কৰিছিল জালিয়াতি।