চাঞ্চল্যকৰ! পিষ্টল দেখুৱাই বলেৰ’ পিকআপ বাহনৰ পৰা লুটি নিলে ৮০ হাজাৰ টকা…

এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

পিষ্টল দেখুৱাই বলেৰ’ পিকআপ বাহনৰ পৰা লুটি নিলে ৮০ হাজাৰ টকা।

অভয়াপুৰীৰ খগড়পুৰত সংঘটিত হৈছে এই ডকাইতি।

বলেৰ’ পিকআপ বাহনৰ চালকক পিষ্টল দেখুৱাই ৮০ হাজাৰ টকা লুটি নিয়ে ডকাইতে।

এখন বাইকত আহিছিল ৩জনীয়া ডকাইতৰ দলটো।

গোৱালপাৰাৰ পৰা তুফানগঞ্জলৈ গৈ আছিল বাহনখন।