অসম

আৰক্ষীলৈ কৃতজ্ঞতা জনাই ছিপাঝাৰত খিলঞ্জীয়া যুৱ সমাজৰ কৃতজ্ঞতা যাত্ৰা

নিউজ ডেস্ক। ছিপাঝাৰত খিলঞ্জীয়া যুৱ সমাজৰ কৃতজ্ঞতা যাত্ৰা।

ঢলপুৰত আৰক্ষীয়ে লোৱা ভূমিকাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি এই যাত্ৰা।

ঢলপুৰত বেদখলকাৰীক সম্পূৰ্ণ উচ্ছেদৰ দাবী আৰু আৰক্ষীক সমৰ্থন কৰি শুকুৰবাৰে সন্ধিয়া ছিপাঝাৰৰ ঘোঁৰাবান্ধাৰ পৰা এইদৰে সমাদল কৰি একাংশ যুৱক-যুৱতী ছিপাঝাৰ থানাত উপস্থিত হয়।

ঢলপুৰত আৰক্ষীয়ে লোৱা ভূমিকাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি বেদখকাৰীক সাৱধানবাণী শুনাই যুৱ সমাজে।

Leave a Reply

Your email address will not be published. Required fields are marked *