অসম

আলফা নেতা জীৱন মৰাণৰ জামিন মঞ্জুৰ…

আলফা নেতা জীৱন মৰাণৰ জামিন মঞ্জুৰ।

তিনিচুকীয়াৰ কাকপথাৰৰ ওৱন গাঁৱৰ গুণত ওৰফে গুণধৰ ওৰফে জীৱন মৰাণৰ জামিন মঞ্জুৰ।

মঙলবাৰে পুৱা ৮ মান বজাত কাৰাগাৰ পৰা ওলাই জীৱন মৰাণ।

NIA আদালতে মঞ্জুৰ কৰিলে মৰাণৰ জামিন।

সময়ত চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাত জামিন মঞ্জুৰ হয় জীৱন মৰাণৰ।

উল্লেখ্য যে, ১৯৮৪ চনতে আলফাত যোগদান কৰিছিল জীৱন মৰাণে।

শেষত বিত্ত সম্পাদক, ‘মেজৰ জেনেৰেল’ হিচাপে কাম কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছিল।

২০২১ চনৰ ৩০ এপ্ৰিল তাৰিখে মুকলি আকাশৰ তললৈ ওলাই আহিছিল জীৱন মৰাণ।

Leave a Reply

Your email address will not be published. Required fields are marked *