ৰাষ্ট্ৰীয়

আজি বিজয়া দশমী! দোলাত গমন কৰিব দেৱী দুৰ্গাই…

আজি বিজয়া দশমী।

উলহ মালহেৰে পূজা উদযাপনৰ অন্তত আজি দোলাত গমন কৰিব দেৱী দুৰ্গাই।

পুৱা ৮.৩১ বজাৰ পৰা দেৱীৰ দশমী বিহিত পূজা আৰম্ভ। লগতে থাকিব অপৰাজিতা পূজা।

প্ৰশাসনৰ নীতি নিয়ম তথা প্ৰটকল অনুযায়ী আজি বিসৰ্জ্জন দিয়া হ’ব দেৱীক।

অশুভৰ ওপৰত শুভৰ বিজয় হিচাপে আজি ৰং ৰহইচ কৰা হয়।

কোনো ঠাইত দশভূজা ৰাৱণক এই দিনটোত দাহন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *